/asomiyapratidin/media/media_files/2025/09/07/suyt-2025-09-07-10-23-56.jpg)
ডিজিটেল ডেস্কঃ এটা দুখবৰ। চিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, মেধাৱী ছাত্ৰ, সাহিত্য ৰসিক, প্ৰাক্তন কটনিয়ান ,নেহু বিশ্ববিদ্যালয়ৰ ভূ বিজ্ঞান বিভাগৰ অধ্যয়নৰত ছাত্ৰ লনগাঁৱৰ বাসিন্দা সুৱাগমণি শইকীয়াই চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে উপযুক্ত ঠাই চাবলৈ ব্ৰহ্মপুত্ৰ পাৰলৈ যাওঁতে পিছলি পৰি পানীত পৰে।
৪ছেপ্টেম্বৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছে সুৱাগমণি। বৰ্তমানলৈকে তেওঁৰ একো সম্ভেদ পোৱা নাই। কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে তলৰ ফোন নম্বৰত জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
জীৱন নৰহ। 9435739216
ড. কমল শইকীয়া, 9435361505
ইন্দ্ৰনীল গায়ন , 9707047782
অশুংমান বৰা , 7086169692.