/asomiyapratidin/media/media_files/2025/08/18/new-ap-web-4-12-2025-08-18-15-32-54.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ স্বাধীনতাৰ ৭৯ বছৰ পাছতো এখন দলঙৰ মুখ নেদেখিলে বাক্সাৰ পানবাৰীবাসীয়ে। দলং নোহোৱাৰ বাবে নৈৰ বুকুৰে বিপদসংকুল যাত্ৰা অব্যাহত কৰিবলগীয়া হৈছে ধনবিল, পানবাৰীৰ ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/capturecccccccccccccccccccccccc-2025-08-18-15-25-44.jpg)
এইয়াই হৈছে বাক্সা জিলাৰ চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমষ্টিৰ উন্নয়নৰ নমুনা ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/capturerrrrr-2025-08-18-15-30-29.jpg)
দলং নোহোৱাৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ জনতা। ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অহা যোৱাৰ অসুবিধা হোৱাৰ লগতে ৰোগী অনা নিয়াৰ ক্ষেত্ৰত নিতৌ সমস্য়া দেখিবলৈ পোৱা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/capturertwertw-2025-08-18-15-26-42.jpg)
কিন্তু ইমানৰ পাছতো কাণসাৰ নাই অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ, কাণসাৰ নাই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে এখন পকী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us