New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/MJ-Akbar_0.jpg)
- মোদী চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী এম জে আকবৰৰ পদত্যাগ।
- #MeTooৰ জৰিয়তে আকবৰৰ বিৰুদ্ধে ১২ গৰাকীৰো অধিক মহিলাই উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ।
- অভিযোগ উত্থাপনৰ পাছৰপৰা আকবৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল বিৰোধীয়ে।
- মোদী চৰকাৰৰ বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত প্ৰথমজন মন্ত্ৰীৰ পদত্যাগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/DptMTO-W0AAUhZW.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us