/asomiyapratidin/media/media_files/2026/01/21/1-2026-01-21-15-58-30.jpg)
ডিজিটেল ডেস্কঃ আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য মেঘালয়,মণিপুৰ আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস। ৯৭২ চনৰ ২১ জানুৱাৰীত 'উত্তৰ-পূব পুনৰ্গঠন আইন, ১৯৭১ ৰ অধীনত এই তিনিওখন ৰাজ্যই পূৰ্ণকালীন ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই তিনিখন ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে তিনিখন ৰাজ্যৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsap-2026-01-21-15-59-02.jpeg)
উল্লেখ্য যে- প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে, ভাৰতৰ উন্নয়নৰ যাত্ৰাত এই তিনিখন ৰাজ্যৰ অৱদান অনন্য। সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী এই ৰাজ্যকেইখনে অনাগত দিনত প্ৰগতিৰ নতুন শিখৰ স্পৰ্শ কৰক। লগতে কয় যে- এই তিনিখন ৰাজ্যই বিভিন্ন খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে। ইপিনে জনসাধাৰণে ভাৰতৰ উন্নয়ন যাত্ৰাক আগুৱাই লৈ গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us