" জি এম চি এইচৰ CN কেন্দ্ৰত বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত একেলগে ১৬ টা বিভাগ থাকিব স্বাস্থ্য শিবিৰত আজি বিনামুলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে শতাধিক লোকে মাহত প্ৰতি শনি-দেওবাৰে অনুষ্ঠিত হ'ব স্বাস্থ্য শিবিৰ "