New Update
/asomiyapratidin/media/media_files/2026/02/02/hrtgeafdsads-2026-02-02-21-51-12.jpg)
- নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বাসভৱনত গুৰুত্বপূৰ্ণ বৈঠক
- বৈঠকত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীন
- বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক বি এল সন্তোষো উপস্থিত আছে বৈঠকত
- এই বৈঠকত আছে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, পবিত্র মাৰ্ঘেৰিটা
- লগতে উপস্থিত আছে বিজেপিৰ লোকসভা, ৰাজ্যসভাৰ সাংসদসকল
- অসম বিধানসভা নিৰ্বাচনৰ ৰণনীতি নিৰ্ধাৰণ সন্দৰ্ভত এই বিশেষ বৈঠক
- উপস্থিত অসমৰ দায়িত্বত থকা বিজেপিৰ কেন্দ্রীয় প্রভাৰী হৰিশ দ্বিবেদী
- লগতে উপস্থিত আছে নিৰ্বাচনী প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাও
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us