New Update
/asomiyapratidin/media/media_files/2025/11/22/1-2025-11-22-16-06-10.jpg)
- মাজবাট আৰক্ষীৰ সফলতা
- মাজবাট আৰক্ষী আৰু ২৩ নম্বৰ এছ এছ বিৰ যৌথ অভিযানত ১১০ কিঃগ্ৰাঃ নিষিদ্ধ গাঞ্জা জব্দ
- গাঞ্জা ব্যৱসায়িকো আটক কৰে আৰক্ষীয়ে
- গাঞ্জাখিনিৰ আন্তঃৰাজ্যিক বজাৰ মূল্য ১১ লাখ টকা
- মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰাৰ চুদেমপুৰী গাঁৱৰ পৰা জব্দ গাঞ্জাখিনি
- আটকধীন লোকজনে অৰুণাচল প্ৰদেশৰ পৰা গাঞ্জা আনি থকা অৱস্থাত গাঞ্জাসহ আটক কৰে আৰক্ষী আৰু এছ এছ বিৰ জোৱানে
- আৰক্ষীয়ে আটক কৰা গাঞ্জা ব্যৱসায়ীজন মাজবাট থানাৰ অন্তৰ্গত নিজৰাৰ গুজেন পুৰি গাঁৱৰ থাজিম বসুমতাৰী বুলি জানিব দিয়ে
- ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে 62 /25 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us