Published on:
Updated on:
- উত্তৰ প্ৰদেশত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধক লৈ চৰকাৰক সমালোচনা বিএছপিৰ অধ্যক্ষা মায়াৱতীৰ।
- নাৰীক সুৰক্ষা প্ৰদানত যোগী আদিত্যনাথৰ চৰকাৰ বিফল হোৱা বুলি অভিযোগ মায়াৱতীৰ।
- উন্নাৱত নিৰ্যাতিতা যুৱতীৰ মৃত্যুত শোক প্ৰকাশ কৰে নেত্ৰীগৰাকীয়ে।
- ৰাজ্যখনৰ নাৰীজনিত অপৰাধ সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে ৰাজ্যপাল আনন্দিবেন পেটেলক সাক্ষাৎ কৰে মায়াৱতীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in