মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড….

মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড….

author-image
asomiyapratidin
New Update
মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড….

ডিজিটেল ডেস্কঃ মুম্বাইৰ এটা এপাৰ্টমেণ্টত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মুম্বাইৰ কাঞ্জুৰমাৰ্গৰ এন জি ৰয়েল পাৰ্ক এলেকাত থকা লেভেল-২ত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ঘটনাস্থলীত অগ্নি নিৰ্বাপনৰ বাবে ১০ খন অগ্নি নিৰ্বাপনৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে। বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।