/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-18-21-58.jpeg)
ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমজুৰি নগৰে-চহৰে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায়ৰ দাবীত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাইলৈ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন। জুবিন বিহীন এয়া প্ৰথমটো জন্মদিন।
উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিখন জিলা সদৰত গণস্বাক্ষৰ অভিযান চলায় আজিৰ দিনটেত।
আনফালে কাইলৈৰ দিনটোত প্ৰতিখন জিলা সদৰৰ পৰা বাইক ৰেলী কাৰ্যসূচীৰ আয়োজনৰ কথাও অৱগত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us