New Update
/asomiyapratidin/media/media_files/2026/03/04/2-2026-03-04-11-58-00.jpg)
- আজি বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব বিজেপিৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব বৈঠক
- সাংগঠনিক বৈঠকৰ পাছত বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ প্ৰস্তুতি বৈঠক
- লগতে বিয়লি ৪ বজাত হ'ব NDAৰ বিধায়িনী দলৰে গুৰুত্বপূৰ্ণ বৈঠক
- UPPLকো NDAৰ বিধায়িনী দলৰ বৈঠকলৈ আমন্ত্রণ বিজেপিৰ
- সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰে গুৰুত্বপূৰ্ণ বৈঠক
- নিশা ৯ বজাত হ'ব ৰাজ্যিক নির্বাচন সমিতিৰ বৈঠক
- নিৰ্বাচন সমিতিৰ বৈঠকৰ পূৰ্বে অগপৰ সৈতে হ'ব বিশেষ আলোচনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us