Published on:
Updated on:
- মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৬ গৰুৰ চোৰাং সৰবৰাহকাৰীক।
- সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ কাটি লোককেইজনে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ অভিযোগ।
- ইফালে লোককেইজনৰ পৰা তাৰ কটা যন্ত্ৰ পাতি উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
- আটাইকেইজন সৰবৰাহকাৰীক বৰ্তমান ৰখা হৈছে মানকাচৰ থানাত।
- সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে আখিৰুল ইছলাম, আব্দুল আজাদ, হাবেজ উদ্দীন, সহিদূৰ ৰহমান, মিজাণুৰ ৰহমান আৰু চান্দ মিয়া।
Code:
Asomiya Pratidin
www.asomiyapratidin.in