/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/9fa31469-e980-49b5-ad21-1f207609e345.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত মঙলবাৰে দিনৰ প্ৰায় ২.৩০ বজাত এজাক প্ৰৱল ধুমুহা-বতাহৰ লগতে প্ৰৱল বৃষ্টিপাত হয় । আচম্বিতে অহা এই ধুমুহা বতাহৰ লগতে অহা বৃষ্টি পাতে বন্ধ কৰি পেলালে জনজীৱনৰ গতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/9fa31469-e980-49b5-ad21-1f207609e345.jpg)
ঠায়ে ঠায়ে গছ গছনী ৰ লগতে ভাগি পৰিছে দুই একৰ ঘৰ। বহু লোকৰ ঘৰৰ টিনপাত এই বতাহ জাকে উৰুৱাই লৈ যায়। চহৰৰ কিছু পদ পথ আৰু ব্যক্তিৰ চোতাল বৰষুণৰ পানীৰ ফলত ডুবি যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/6608d5fb-b06a-40f9-86f3-dca5bc105cc1-1024x576.jpg)
ইতিমধ্যে মঙলদৈৰ লগতে দাতি কাষৰীয়া বিভিন্ন অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। বহু ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ঘৰ দুৱাৰ ৰ বিস্তৰ ক্ষতি হোৱাৰ খবৰ শেহতীয়াকৈ পোৱা গৈছে।