/asomiyapratidin/media/media_files/2025/10/23/tertret-2025-10-23-12-27-45.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ভাৰতীয় জনতা পাৰ্টীৰ দৰঙ জিলা সমিতিৰ উদ্যোগত মঙলদৈত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ আহ্বানত বিশাল পদযাত্ৰা উলিওৱা হয়। মঙলদৈ চহৰৰ ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা কৰিমচকলৈ উলিওৱা হয় এই পদযাত্ৰা৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/23/rgtrr-2025-10-23-12-27-30.jpg)
পদযাত্ৰাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাস সহিতে বিজেপিৰ নেতা কৰ্মী উপস্থিত হৈছে। পদযাত্ৰাৰ আগমুহুত্বত ভেবাৰঘাট খেলপথাৰত শ্ৰদ্ধাৰ্ঘ্য অনুস্থানৰ লগতে এখন সভাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us