Published on:
Updated on:
- মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু
- কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল
- কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনক
- মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰাত সংঘটিত হৈছে এই ঘটনা
- মাছ মৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা হয়
- জুলহাশ আলী, আনোৱাৰ হোছেইন আৰু আলম নামৰ তিনিজনক কোদালেৰে কোবাই কোবাই মাৰি গুৰুতৰ ভাৱে আহত কৰে ।
- আনোৱাৰ হোছেইন নামৰ যুৱকজনক গোৱালপাৰাত উন্নত চিকিৎসাৰ ভাৱে লৈ যোৱাৰ সময়ত মৃত্যু হয়
- কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আচামী কেইজন হল আশাদ আলী (20) , হজৰত আলী (২৮) আৰু ফটিক মণ্ডল (৫২)
Code:
Asomiya Pratidin
www.asomiyapratidin.in