/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা ব্লেক পেন্থাৰৰ (ঘোং) মৃত্যু ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰৰ নাতিদূৰত বৃহস্পতিবাৰে নিশা ব্লেক পেন্থাৰটোৰ মৃতদেহ উদ্ধাৰ।
বৰ্তমানলৈ ব্লেক পেন্থাৰটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷
ঘটনাস্থলীত উপস্থিত মানাহৰ বন বিভাগৰ লোক।
Also Read: ভংগ হ'ল তিতাবৰ পৌৰসভা, পুনৰ কংগ্ৰেছৰ দখলত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us