/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ef0a42df-c364-42e5-8d53-ce1332b7413e/download.jpg)
-
মহানগৰীৰ ৰিহাবাৰীত চাঞ্চল্যকৰ ঘটনা।
-
এজন লোকক ছুৰীৰে আক্রমণ।
-
দেওবাৰে সন্ধিয়া ভাগত সংঘটিত হয় এই ঘটনা।
-
আক্রমণত গুৰুতৰভাৱে আহত লোকজন।
-
লোকজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি পল্টন বজাৰ আৰক্ষীৰ।
-
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ৪জনক।
-
কি কাৰণে এই ঘটনা সংঘটিত হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।