মুখ্য-পৃষ্ঠা
মালিগাঁৱৰ পাণ্ডুৰ লোক কলনীত যুৱকক নৃশংসভাৱে হত্যা…
- মালিগাঁৱৰ পাণ্ডুৰ লোক কলনীত যুৱকক নৃশংসভাৱে হত্যা।
- নিহত যুৱকজন বিকি সূত্রধৰ।
- যুৱকজনৰ মুখত আঘাতৰ চিন স্পষ্ট।
- উক্ত অঞ্চলত সুৰা আৰু ড্রাগছৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ।
- স্থানীয় ৰাইজৰ এই অভিযোগ।