প্ৰতীকি ফটো
Published on:
Updated on:
- মহাৰাষ্ট্ৰত কৰুণ ঘটনা।
- শুকুৰবাৰে ৰাজ্যখনৰ পালঘৰত অনুভূত ভূমিকম্পত মৃত্যুক সাৱটিলে এটি ২ বছৰীয়া কণমানিয়ে।
- শুকুৰবাৰে ৩টাকৈ ভূমিকম্পই জোকাৰি যায় মহাৰাষ্ট্ৰ।
- ৰাজ্যখনত ক্ৰমে ৪.১, ৩.৬ আৰু ৩.৫ প্ৰাবল্যৰ ৩টা ভূমিকম্পই জোকাৰি যায়।
- বিয়লি ক্ৰমে- ২.০৬ বজাত, ৩.৫৩ বজাত আৰু ৪.৫৭বজাত ভূমিকম্পই জোকাৰি যায় ৰাজ্যখন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in