মহাৰাষ্ট্ৰত লকডাউনৰ সময়সীমা বৃদ্ধি…

মহাৰাষ্ট্ৰত লকডাউনৰ সময়সীমা বৃদ্ধি…

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰত লকডাউনৰ সময়সীমা বৃদ্ধি…

  • মহাৰাষ্ট্ৰত লকডাউনৰ সময়সীমা বৃদ্ধি।
  • এই কথা ঘোষণা কৰিছে মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেই।
  • অহা ৩০ এপ্ৰিলৰ লৈকে মহাৰাষ্ট্ৰত লকডাউন শিথিল কৰা নহয়।
  • উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত উদ্ধৱ থাকৰেই দেশত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পোষকতা কৰিছিল।
  • দেশৰ ভিতৰতে মহাৰাষ্ট্ৰতে অধিক সংখ্যক কোৰোনাত আক্ৰান্ত হৈছে।
  • বৰ্তমানলৈকে ১৬৬৬ গৰাকী আক্ৰান্ত হোৱাৰ লগতে ১১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।