New Update
/asomiyapratidin/media/media_files/2024/11/23/z1hETyD7VDojxiAsGlCK.png)
- মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱাৰ পৰা আৰম্ভ।
- এতিয়ালৈকে ৭৮খন আসনৰ ভোটগণনাৰ শেহতীয়া স্থিতি জানিব পৰা গৈছে।
- ৫৯ খন আসনত আগবাঢ়ি আছে এন ডি এ।
- ১৪ খন আসনত আগবাঢ়ি আছে এম ভি এ।
- ৰাজ্যখনত মুঠ বিধানসভা আসনৰ সংখ্যা ২৮৮খন।
- চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা ১৪৫।