কোৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত আত্মহত্যা কৰা যুৱকজন নগাঁও ৰুপহীহাটৰ..

কোৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত আত্মহত্যা কৰা যুৱকজন নগাঁও ৰুপহীহাটৰ..

author-image
asomiyapratidin
New Update
কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে নগাঁৱৰ যুৱকে মহাৰাষ্ট্ৰত  কৰিলে আত্মহত্যা…

  • কোৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত আত্মহত্যা কৰা যুৱকজনৰ পৰিচয়।
  • যুৱকজনৰ ঘৰ নগাঁৱৰ ৰুপহীহাটৰ শিঙিমাৰীৰ।
  • যুৱকজনৰ নাম জেহৰুল ইছলাম।
  • নগাঁৱৰ পৰা নিজামুদ্দিন মাৰ্কাজ হৈ মহাৰাষ্ট্ৰলৈ গৈছিল যুৱকজন।
  • মহাৰাষ্ট্ৰৰ আথালাত কৰ্মৰত আছিল যুৱকজন।
  • ৭ এপ্ৰিল তাৰিখে মহাৰাষ্ট্ৰত শ্ৰমিক হিচাবে কাম কৰা যুৱকজন ভৰ্তি কৰা হৈছিল আলকাৰ Government Medical College and Hospitalত।
  • তাৰ পিছতে তেওঁৰ দেহত শুকুৰবাৰে কোৰোনাৰ অৱস্থিতি ধৰা পৰিছিল।
  • আইচলেশ্যন চেন্টাৰতে আত্মহত্যা কৰিছে যুৱকজনে।