New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/Assam-Bandh.jpg)
ডিজিটেল ডেস্কঃ অহা ১০ নৱেম্বৰত স্তদ্ধ হৈ পৰিব মধ্য অসম। কিয়নো অসম বন্ধৰ আহ্বান কৰিছে তিৱা ছাত্ৰ সন্থাই। তিৱাক বিজেপি চৰকাৰে দীৰ্ঘদিন উপেক্ষা কৰি অহাৰ অভিযোগ তুলি এই বন্ধৰ আহ্বান কৰিছে সংগঠনটোৱে। ছাত্ৰ সংগঠনটোৱে এই বন্ধ সফল ৰূপায়ন আৰু বিজেপিক এইবাৰ প্ৰতিহত কৰিবলৈ জনতাক আহ্বান জনাইছে।