New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/9f43e212-90e3-45a0-9ab4-b9dc6349a9b5.jpg)
- গুৱাহাটীত দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু।
- প্ৰথমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অংশ ললে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।
- গুৱাহাটীত আজিৰ দিনটোতে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ তিনিটা কাৰ্যসূচী আছে।
- লুইতৰ পাৰত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মুকলি কৰিব ঐতিহ্য কেন্দ্ৰ।
- gmchত মুকলি কৰিব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান।