উৎসৱৰ বতৰত বৃদ্ধি পাব দেশত বিলাসী গাড়ীৰ বিক্ৰী...

বছৰৰ শেষৰফালে অৰ্থাৎ উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ  লগে লগে দেশত বিলাসী বাহনৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ ৰেপ’ ৰেট কৰ্তনৰ ফলত প্ৰথমাৰ্ধৰ মন্থৰতাৰ পিছত ভাৰতৰ বিলাসী গাড়ী

author-image
Asomiya Pratidin
New Update
rfrff

ডিজিটেল ডেস্কঃ বছৰৰ শেষৰফালে অৰ্থাৎ উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ  লগে লগে দেশত বিলাসী বাহনৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ ৰেপ’ ৰেট কৰ্তনৰ ফলত প্ৰথমাৰ্ধৰ মন্থৰতাৰ পিছত ভাৰতৰ বিলাসী গাড়ী নিৰ্মাতাসকলে এই উৎসৱৰ বতৰত চাহিদা বৃদ্ধিৰ আশা কৰিছে।

শীৰ্ষ পৰ্যায়ৰ বাহনসমূহৰ ক্ষেত্ৰত শক্তিশালী বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰা মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াই গতিবেগ উন্নত হোৱাৰ আশা কৰিছে। পৰিচালন সঞ্চালক সন্তোষ আয়াৰে ইটিক জনোৱা মতে, ভূ-ৰাজনৈতিক অনিশ্চয়তাই বছৰৰ আৰম্ভণিতে স্থানীয় বজাৰত চাহিদা লেহেমীয়া কৰাৰ বিপৰীতে কোম্পানীটোৱে উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে উন্নত গতিৰ আশা কৰিছে।

ভাৰত