লামডিঙত দ্বিতীয়গৰাকী কোৰোনা ৰোগীৰ মৃত্যু ৷উমা দে (৬০) নামৰ মহিলাগৰাকীৰ মৃত্যু।২৮ জুলাইৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল তেওঁ।মহিলা গৰাকী কৰ্কট ৰোগত বহু দিনৰে পৰা আক্ৰান্ত হৈ আছিল ৷