Published on:
Updated on:
- লক্ষ্ণৌত মঙলবাৰে পুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ ৰোড শ্ব'।
- মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ পূৰ্বেই এই ৰোড শ্ব'ত অংশগ্ৰহণ।
- উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
- দলটোৰ কেইবাজনো শীৰ্ষ নেতাই সংগ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in