New Update
/asomiyapratidin/media/media_files/2025/09/09/breaking-news-2025-09-09-08-27-33.jpg)
- ২২ ছেপ্টেম্বৰত ৰাজ্যৰ ৫খন জিলাত স্থানীয় বন্ধ ঘোষণা
- কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা, তামুলপুৰ জিলাত বন্ধ ঘোষণা
- BTRৰ নিৰ্বাচনৰ বাবে জিলাকেইখনত ঘোষণা কৰা হৈছে বন্ধ
- বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান-ব্যৱসায়িক প্রতিষ্ঠান
- নিগোচিয়েবল ইনস্ট্রুমেন্টছ (NI)এক্টৰ অধীনত বন্ধ ঘোষণা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us