Advertisment

কামৰূপৰ বালিসত্ৰ সবাহ মহোৎসৱৰ লাই খুঁটা স্থাপন...

বুধবাৰে কামৰূপৰ বালিসত্ৰ সবাহ মহোৎসৱৰ লাই খুঁটা স্থাপন কৰা হয় ।  বিশিষ্ট সমজসেৱক কনক শইকীয়াই স্থাপন কৰে পবিত্ৰ সবাহ মহোৎসৱৰ লাই খুঁটা।।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, হাজোঃ  বুধবাৰে কামৰূপৰ বালিসত্ৰ সবাহ মহোৎসৱৰ লাই খুঁটা স্থাপন কৰা হয় ।  বিশিষ্ট সমজসেৱক কনক শইকীয়াই স্থাপন কৰে পবিত্ৰ সবাহ মহোৎসৱৰ লাই খুঁটা।।

Advertisment

সত্ৰৰ সত্রধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামীৰ বেদ ধ্বনিৰে আৰম্ভ হয় উক্ত লাই খুঁটা স্থাপন অনুষ্ঠানৰ । সম্পূৰ্ণ মংগলিক অনুষ্ঠানৰ মাজৰে অনুষ্ঠিত উক্ত অনুষ্ঠান ।

আয়তীৰ নাম প্ৰসংগ, ভকতৰ বাণীৰে সবাহস্থলী হৈ পৰে দ্বিতীয় বৈকুণ্ঠপৰী। সাত ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা সবাহ মহোৎসৱত লক্ষাধিক ভক্তই অংশ গ্ৰহণ কৰিব । সভা মহোৎসৱৰ সম্পাদক হেমন্ত দাস আৰু হৰেকৃষ কুমাৰে আঁত ধৰা আজিৰ সভাত অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰে ।

বালিসত্ৰ