মেজিক নাম্বাৰ ১২২ঃ NDA ১২৩খন আসনত অগ্ৰগতি…

মেজিক নাম্বাৰ ১২২ঃ  NDA ১২৩খন আসনত অগ্ৰগতি…
  • সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ দিশে NDA
  • ১২৩খন আসনত অগ্ৰগতি NDAৰ।
  • ইয়াৰ বিপৰীতে ১১১খন আসনত আগবাঢ়ি আছে মহামিত্ৰজোঁট।
  • উল্লেখ্য যে, নিশা ১১.৫০বজালৈ ১৯৪খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।
  • এককভাৱে আৰ জে ডিয়ে লাভ কৰিছে সবাতোকৈ বেছি আসন।
  • আৰ জে ডিয়ে লাভ কৰিছে ৬২ আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in