New Update
/asomiyapratidin/media/media_files/2025/12/04/image-2025-12-04-18-15-23.png)
- লংকা-লামডিং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ উদালী তিনিআলীত গাঞ্জাসহ আটক দুজন লোক
- উদালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসৰ নেতৃত্বত চলিছিল আৰক্ষীৰ অভিযান
- এখন অ'টোৰ পৰা ৮ পেকেটত থকা ২০ কেজি ২৭ গ্ৰাম গাঞ্জা জব্দ
- আটকাধীন লোক দুজন ক্ৰমে ৰনধীৰ ঘোষ আৰু ভোলানাথ পাল
- ৰনধীৰৰ ঘৰ লংকাৰ জুঠাংবস্তিৰ লগতে ভোলানাথৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে
- গাঞ্জাখিনি ডিমাপুৰৰ পৰা নগাওঁ নিয়া পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী দুটাই
- বৰ্তমান দুয়োকে লংকাৰ উদালী পহৰা চকীত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us