মুখ্য-পৃষ্ঠা আজি লামডিং বনাঞ্চলত উচ্ছেদ অভিযান… আজি লামডিং বনাঞ্চলত উচ্ছেদ অভিযান… asomiyapratidin 08 Nov 2021 09:53 IST Follow UsNew Updateআজি লামডিং বনাঞ্চলত উচ্ছেদ অভিযান।লামডিং বনাঞ্চলত নিৰাপত্তা বাহিনীৰ বৃহৎ দল.আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন উচ্ছেদস্থলীত।হাতী, জে চি বি লৈ সাজু হৈছে প্ৰশাসন।উক্তস্থানত উপস্থিত প্ৰশাসনৰ শীৰ্ষ বিষয়া।৫০০হেক্টৰ ভূমিত চলিব উচ্ছেদ অভিযান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক