লামডিঙত ক্রমাৎ‍ বৃদ্ধি পাইছে চোৰৰ উপদ্রৱ...

লামডিঙত ক্রমাৎ‍ বৃদ্ধি পাইছে চোৰৰ উপদ্রৱ। বিধানপল্লী মনসাবাৰীত বিভাস চন্দ্র দেৰ ঘৰত চোৰৰ লুটপাত। নগদ ৫০হাজাৰ টকাৰ লগতে সোণৰ অলংকাৰ লুট। ঘৰত কোনো নথকাৰ সুযোগত সংঘটিত এই ঘটনা।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • লামডিঙত ক্রমাৎ‍ বৃদ্ধি পাইছে চোৰৰ উপদ্রৱ।
  • বিধানপল্লী মনসাবাৰীত বিভাস চন্দ্র দেৰ ঘৰত চোৰৰ লুটপাত।
  • নগদ ৫০হাজাৰ টকাৰ লগতে সোণৰ অলংকাৰ লুট।
  • ঘৰত কোনো নথকাৰ সুযোগত সংঘটিত এই ঘটনা।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
লামডিং