/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/05aee907-e5a5-4c8a-ae67-e591913990c2/e7c5974c_21ed_40a8_9394_000e5d047840.jpg)
-
যিকোনো মুৰ্হূততে নিলম্বনৰ নিৰ্দেশ পাব পাৰে লাবুমণি আমচঙে
-
সামাজিক মাধ্যমত অনলাইন জুৱাৰ বিজ্ঞাপন দি বিপদত পৰিছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকী।
-
শুকুৰবাৰে মৰিগাওঁ জিলা শিক্ষা বিষয়ালৈ তেওঁলৈ জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী।
-
শনিবাৰৰ ৫.০০বজাৰ ভিতৰত দিবলৈ কোৱা হৈছিল এই জাননীৰ উত্তৰ।
-
নিৰ্ধাৰিত সময়ৰ ভিতৰত জাননীৰ উত্তৰ নিদিলে নিলম্বন কৰিব শিক্ষকগৰাকীক।
-
ইতিমধ্যে সামাজিক মাধ্যমযোগে শিক্ষকগৰাকীয়ে ঘোষণা কৰিছে শিক্ষা বিষয়াই দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ নিদিয়ে তেওঁ।
-
কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ৫বজাৰ ভিতৰত নিদিলে নিলম্বনৰ লগতে অন্যান্য আইনী ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষক গৰাকীৰ বিৰুদ্ধে।