/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/DpuK6KrW4AEDRpg.jpg)
ডিজিটেল ডেস্কঃ দেশজুৰি বৰ্তমান বলি আছে দুৰ্গা পূজাৰ বতাহ। বিভিন্ন স্থানৰ বিভিন্ন কীৰ্তিচিহ্নৰ আৰ্হিত সজোৱা হৈছে দুৰ্গা পূজাৰ মণ্ডপসমূহ। তাজমহল, বিখ্যাত মন্দিৰসমূহৰ আৰ্হিত আটাক ধুনীয়াকৈ সজোৱা হৈছে পূজা মণ্ডপসমূহ। যিবোৰ চাবলৈ এতিয়া ভক্তসকলৰ লানি নিছিগা ভিৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/DpuK9feW4AAU5HB.jpg)
পিছে দুৰ্গা পূজাত এক ব্যতিক্ৰম আৰ্হিত সজোৱা হ'ল এখন পূজা মণ্ডপ। কলকাতাত বাৰবাগান কালচাৰেল এছ'চিয়েশ্যনে সজালে এখন ব্যতিক্ৰম পূজা মণ্ডপ। সমলিংগৰসকলৰ অধিকাৰক উপস্থাপন কৰা সজোৱা এই পূজা মণ্ডপখনে বৰ্তমান দৃষ্টি দৰ্শন কৰিছে পূজালৈ যোৱা সকলো ভক্তৰে।