Kolkata Literary Meet 2026 লৈ অসমৰ যুৱ প্ৰজন্মৰ লেখক-কবি অভিজিত গগৈক আমন্ত্ৰণ

এই অনুষ্ঠানত দেশৰ আগশাৰী লেখক, কবি , সাংবাদিক, সংগীতশিল্পী আৰু চিত্ৰ-নাট্যকাৰ উপস্থিত থাকিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ২০২৬ বৰ্ষৰ ২২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ কলিকতাৰ আলিপুৰ মিউজিয়ামত অনুষ্ঠিত হʼবলগীয়া ১৪ সংখ্যক সংস্কৰণৰ এই গাম্ভীৰ্যপূ্ৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ' ব। এই Kolkata Literary Meet 2026 লৈ অসমৰ যুৱ প্ৰজন্মৰ লেখক-কবি অভিজিত গগৈক আমন্ত্ৰণ জনোৱা হয়। 

WhatsApp Image 2025-12-31 at 12.20.40 PM

উল্লেখ্য যে, পুলিৎজাৰ বঁটাপ্ৰাপক আমেৰিকাৰ বিশিষ্ট সাহিত্যিক বাৰ্বাৰা কিংছলভাৰ, ঝুম্পা লাহিৰি,আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাপ্ৰাপক বানু মুস্তাক,জ্ঞানপীঠ বঁটাপ্ৰাপক  অমিতাভ ঘোষ, পদ্মভূষণ সন্মানেৰে সন্মানিত জাভেদ আখতাৰকে ধৰি বিশ্ব তথা দেশৰ আগশাৰী লেখক, কবি , সাংবাদিক, সংগীতশিল্পী আৰু চিত্ৰ-নাট্যকাৰ উপস্থিত থাকিব।

অসম