New Update
/asomiyapratidin/media/media_files/2026/01/19/dftfghuii-2026-01-19-16-09-23.jpg)
- কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা নিৰুদ্দেশ কিশোৰ
- নিৰুদ্দেশ টোটপাৰা নিৱাসী দীপক নাথৰ সন্তান স্বপনীল নাথ ওৰফে বুবুল(১৬)
- দেওবাৰে দিনৰ ১১ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰজন
- নিৰুদ্দেশৰ সময়ত পিন্ধনত আছিল জাম্পাৰ, লংপেণ্ট, ভৰিত চেন্দেল
- কিশোৰ জনৰ লগত আছিল কলা ৰঙৰ এটা বেগ
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-im-2026-01-19-16-07-08.jpeg)
- প্ৰায় ৫ফুট ৮ ইঞ্চি উচ্চতাৰ, বগা বৰণৰ স্বপনীল এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল
- স্বপনীল ওৰফে বুবুল ক'ত , কেনেকৈ ,কিয় নিৰুদ্দেশ হ'ল, সেয়া সাঁথৰ হৈ পৰিছে
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-2026-01-19-16-07-28.jpeg)
- কিশোৰজনৰ সন্ধান পালে অনুগ্ৰহ কৰি নিকটবৰ্তী থানা খবৰ দিয়াৰ আহ্বান পৰিয়ালৰ
- যোগাযোগৰ কৰিব পাৰিব 7002923931, 9957345380 মোবাইল নম্বৰত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us