New Update
/asomiyapratidin/media/media_files/2025/10/25/whatsapp-image-2025-10-25-08-50-22.jpeg)
- কোকৰাঝাৰৰ ছালাকাটিৰ নাদানগুৰি পাহাৰত গুলীয়াগুলি
- আৰক্ষী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি
- কোকৰাঝাৰৰ ৰে’ল লাইনত IED বিস্ফোৰণত জড়িত আছিল মাওবাদী
- মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে
- পূৰ্ব পৰিকল্পনা অনুসৰিয়েই কোকৰাঝাৰত IED বিস্ফোৰণ মাওবাদীৰ
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/25/capture2-2025-10-25-08-49-50.png)
- বিস্ফোৰণত জড়িত ঝাৰখণ্ডৰ মাওবাদী এটাক চিনাক্ত আৰক্ষীৰ
- বিস্ফোৰণত মাওবাদী জড়িত থকাৰ কথা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীয়েও
- আৰক্ষীৰ গুলীত এটা মাওবাদী গুৰুতৰভাৱে আহত হোৱাৰ তথ্য
- আহত মাওবাদীটোক ভৰ্তি কৰোৱা হৈছে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত
- চিকিৎসালয়ত মৃত্যু হয় ধৃত মাওবাদীটোৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us