মুখ্য-পৃষ্ঠা খেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক… খেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক… asomiyapratidin 22 Jan 2020 14:20 IST Follow UsNew Updateখেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক।সোণৰ পদৰ আঁজুৰি আনিলে অংকুশিতা বড়োয়ে।৬৪ কেজি মহিলা বক্সিং শাখাত এই পদক অৰ্জন অংকুশিতাৰ।হাৰিয়ানাৰ খেলুৱৈ মনিষাক পৰাভূত কৰিছে অংকুশিতাই।উল্লেখ্য যে, খেল ইণ্ডিয়াত পদকৰ তালিকাত ষষ্ঠ স্থানত আছে অসম। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক