স্বামী সন্দিপানন্দ বালিকা আশ্ৰমত দুৰ্বৃত্তৰ অগ্নিসংযোগ

স্বামী সন্দিপানন্দ বালিকা আশ্ৰমত দুৰ্বৃত্তৰ অগ্নিসংযোগ
Published on
Updated on
  • শনিবাৰে পুৱা কেৰেলাত ভয়ংকৰ ঘটনা।
  • তিৰুভনানথাপুৰামৰ স্বামী সন্দিপানন্দ বালিকা আশ্ৰমত দুৰ্বৃত্তৰ আক্ৰমণ।
  • দুৰ্বৃত্তই জ্বলাই দিলে আশ্ৰমৰ যান-বাহন।
  • আশ্ৰম চৌহদত থকা দুখন চাৰিচকীয়া বাহন আৰু দুখন দুচকীয়া বাহন ভস্মীভূত।
  • ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in