New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/2-3.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ১নং শিলদুবিৰ শ'লমৰা গাওঁত উদ্ধাৰ মৃত বাঘৰ মৃতদেহ। কাজিৰঙাৰ শ'লমৰা অঞ্চলত বাঘে এটা গৰু চিকাৰৰ পিছতে মৃত অৱস্থাত বাঘটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। বৰ্তমান মৃত বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও বাঘটো বিহজনিত কাৰণত মৃত হোৱাৰ কথা অনুমান কৰিছে বনবিভাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us