/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-12-33-54.jpg)
ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত কাজিৰঙালৈ আহিল এক ভাল খবৰ। ২০২৬ চনৰ ১৭ জানুৱাৰীত আধাৰশিলা স্থাপন কৰিব বহু প্ৰত্যাশিত কাজিৰঙাৰ এলিভেটেড ক'ৰিডৰৰ। এলিভেটেড ক’ৰিডৰ হ'ব প্ৰায় ৩৪ কিলোমিটাৰ দৈঘ্যৰ।
/asomiyapratidin/media/post_attachments/bc533fa3-3b9.png)
প্ৰায় ৬৯৫৭ কোটি ব্যয় হ'বলগীয়া প্ৰকল্পক লৈ আশাবাদী কাজিৰঙাবাসী ৷ দীৰ্ঘদিনীয়া এই সমস্যা সমাধান হোৱাত পৰ্যটনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ'ব বুলি মত প্ৰকাশ কাজিৰঙাৰ সচেতন মহলৰ । সমান্তৰালকৈ বানপানীৰ সময়ছোৱাত ৩৭ নং ৰাষ্ট্ৰীয় পথত বন্যপ্ৰাণীয়ে কাৰ্বি পাহাৰলৈ ঢাপলি মেলোতে বাহনৰ খুন্দাত আহত বা নিহত হ'বলগীয়া হৈছিল। এতিয়াৰ পৰা সম্পুৰ্ণ সুৰক্ষিত হ'ব কাজিৰঙাৰ জীৱকুল ৷
/asomiyapratidin/media/post_attachments/ebb9f175-06c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us