মুখ্য-পৃষ্ঠা কাশ্মীৰত সেনাৰ গুলীত নিহত ২সন্ত্ৰাসবাদী… কাশ্মীৰত সেনাৰ গুলীত নিহত ২সন্ত্ৰাসবাদী… asomiyapratidin 28 Mar 2021 10:26 IST Follow UsNew Updateদক্ষিণ কাশ্মীৰৰ অনন্তনাগত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।দুই সন্ত্ৰাসবাদী নিহত সেনাৰ গুলীত।শনিবাৰে নিশা বাঙ্গম এলেকাত এই গুলীয়াগুলি।সন্ত্ৰাসবাদী কেইটা আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল অভিযান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক