প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সহধৰ্মিনী কৰুণা দেৱী চক্ৰৱৰ্তী আৰু নাই

২৩ আগষ্টত জি এন আৰ চিত ভৰ্তি কৰা হৈছিল তেখেতক। সোমবাৰে দুপৰীয়া ১-৩৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে কৰুণা দেৱী চক্ৰৱৰ্তীয়ে। দেহৰ প্ৰায়বোৰ অংগ বিকল হৈ গৈছিল তেখেতৰ।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • বিশিষ্ট সাংবাদিক- বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সহধৰ্মিনী কৰুণা দেৱী চক্ৰৱৰ্তী আৰু নাই। 
  • মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৯ বছৰ।
  • অসুস্থ হৈ আছিল কৰুণা দেৱী চক্ৰৱৰ্তী।
  • ২৩ আগষ্টত জি এন আৰ চিত ভৰ্তি কৰা হৈছিল তেখেতক।
  • সোমবাৰে দুপৰীয়া ১-৩৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে কৰুণা দেৱী চক্ৰৱৰ্তীয়ে।
  • দেহৰ প্ৰায়বোৰ অংগ বিকল হৈ গৈছিল তেখেতৰ।
  • এগৰাকী সৰবৰহী মহিলা আছিল তেওঁ।
অসম