ভয়ংকৰ বিস্ফোৰণ, নিহত ৬

ভয়ংকৰ বিস্ফোৰণ, নিহত ৬

author-image
asomiyapratidin
New Update
ভয়ংকৰ বিস্ফোৰণ,  নিহত ৬

ডিজিটেল ডেস্কঃ কৰ্ণাটকত সংঘটিত হোৱা এক বিস্ফোৰণত নিহত হৈছে ৬গৰাকীকৈ লোক। বিস্ফোতক জিলেটিন ষ্ট্ৰিক বিস্ফোৰণ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ৬গৰাকী লোকৰ মৃত্যুৰ লগতে এগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

Advertisment

কৰ্ণাটকৰ ছিকবল্লপুৰ অঞ্চলত সংঘটিত হোৱা এই ঘটনাক লৈ শেহতীয়াকৈ আৰক্ষীয়ে সদৰি কৰিছে কিছু তথ্য। আৰক্ষীৰ মতে, কিছুলোকে অবৈধভাৱে এই বিস্ফোতকখিনি জমা কৰি ৰাখিছিল। আৰক্ষীয়ে এই খবৰ পোৱা বুলি খবৰ পোৱাৰ পাছতে বিস্ফোতকখিনি নষ্ট কৰাৰ চেষ্টা চলাওতেই এই ঘটনা সংঘটিত হৈছে।