/asomiyapratidin/media/media_files/2026/01/21/1-2026-01-21-12-50-39.jpg)
ডিজিটেল ডেস্কঃ কাৰ্বি লামেট আমেই তথা কাৰ্বি সাহিত্য সভাৰ ৩৪সংখ্যক বাৰ্ষিক অধিৱেশনত পশ্চিম কাৰ্বি আংলংঙৰ এক নং দোৱাৰ আমলা পৰিষদীয় সমষ্টি ভকচংঙত হৰ্ণ বিল পাথু আক্লামত অনুষ্ঠিত হয় চাৰিদিনীয়া কাৰ্য্যসূচীৰে। ইপিনে দ্বিতীয় দিনা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2026-01-21-12-51-37.jpeg)
ভকচংঙত অনুষ্ঠিত হোৱা উদযাপন সমিটি সভাপতি তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ভূমি সংৰক্ষণ তথা বাণিজ্য আৰু উদ্যোগ বিভাগৰ ইএম প্ৰভাত চন্দ্ৰ তাৰৌৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰ্বি সাহিত্য সভাত প্ৰথম দিনা পৰা আজি দ্বিতীয় দিনা উপস্থিত হৈ সকলো সাহিত্য প্ৰেমী তথা আত্মা সহায় গোট,বেচৰকাৰী সংস্থা আদি কৰি সকলো গণ্যমান ব্যক্তি সকলৰ সহায় সহযোগ কামনা কৰে ৷ ইপিনে পুৱা ভাগত লামেট আমেই সভাপতি কামচিং হানচে কাৰ্বি লামেট আমেই পতাকা উত্তোলন কৰে ৷ সমান্তৰালভাৱে পূৰ্বপুৰুষ শ্ৰদ্ধাৰ কাৰ্বি পৰম্পৰা ধৰ্মীয় প্ৰথাৰে ৰাম চিং ফাংচ নেতৃত্বত পূৰ্বপুৰুষ সকলৰ আম্ন শান্তি কামনাৰে শ্ৰদ্ধাৰে জ্ঞাপন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-imag-2026-01-21-12-52-21.jpeg)
তদুপৰি বিভিন্ন কাৰ্বি সাহিতিক মাজত বিভিন্ন সাহিত্য চৰ্চা বিষয়ে আলোচনা কৰে ৷ উপস্থিত থাকে বিশিষ্ট সাহিত্য তথা পম্নশ্ৰী ধনেশ্বৰ ইংতিসহ কাৰ্বি লামেট আমেই কেন্দ্ৰীয় সমিটি সদস্যসহ পুৰুষ-মহিলা, যুৱ লেখক, কাৰ্বি সাহিত্যিক সকলে অংশ গ্ৰহণ কৰে ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য তথা কলা আৰু সাংস্কৃতিক বিভাগৰ ইএম সূৰ্য্য ৰংফাকে আদি কৰি বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সকলে উপস্থিত থকা লগতে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ গৰম পানী পৰিষদীয় সমষ্টি প্ৰাক্তন এমএচি জয়চিং দোৰং সহ লিখক সাহিত্যি সকলে অংশ গ্ৰহণ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-2-2026-01-21-12-52-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us