/asomiyapratidin/media/media_files/2025/11/24/1-2025-11-24-12-22-40.jpg)
ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ ৰংমংৱে উন্নয়ন খণ্ড এলেকাধীন তথা জিলা ডিআৰডিএ প্ৰকল্প সঞ্চালকৰ অধীনত নিৰ্মিয়মান ডলামৰাত Mushroomb ফাৰ্ম ২০২১-২২ বৰ্ষৰ ২০ লাখতকৈ অধীক পুঁজি নিৰ্মিত কামৰ গুণগত বুজ লোৱা উদ্দেশ্যৰে পৰিদৰ্শন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-12-16-13.jpeg)
তদুপৰি ১৯ লাখতকৈ অধীক পুঁজিৰে নিৰ্মিত দলামৰাত মুকলি মাৰ্কেট গৃহ,পানী চাপ্লাই আৰু টয়লেটৰ (২১-২২) নিৰ্মাণ কাম পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণৰ কাম সঠিক দিশত সম্পূৰ্ণ কৰি ৰাইজক সুবিধা সমূহ সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-12-16-36.jpeg)
তদুপৰি অনাগত বৰ্ষৰ উক্ত দেৱাল বাগৰি তথ দলামৰাৰ বিভিন্ন গাওঁ সমূহৰ এনইচি অধীনত অধীক পুঁজি যোগান আশ্বাস দিয়ে ৷ বিভাগীয় বিষয়া সকলে কামৰ ক্ষেত্ৰত সঠিক দিশত নিৰুপন কৰি সময় মতে চৰকাৰী নিৰ্দেশা পালন কৰিবলৈ আহ্বান জনাই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-12-18-01.jpeg)
উল্লেখ্য যে এনইচি তথা ডনাৰ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ সদস্য সচিব লংকি ফাংচয়ে ৷ সংগ দিয়ে জিলাৰ আযুক্ত কাৰ্য্যালয় উচ্চ পদস্থ বিষয়া, স্থানীয় নেতাৰ লগতে বিশিষ্ট সমাজ সেৱক ড°বলোৰাম ফাংচ, প্ৰাক্তন কাৰ্বি পৰিষদৰ ইএম পাটৰ ফাংচও উপস্থিত থকা পৰিলক্ষিত হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us