Published on:
Updated on:
- কাৰ্বি-লাংপী জলবিদ্যুৎ প্ৰকল্পত অঘটন।
- দেওবাৰৰে পৰা বন্ধ থাকিব বিদ্যুৎ উৎপাদন ।
- ডেমৰ উচ্চ স্তৰৰ সকলো পানী এৰি দিলে কৰ্তৃপক্ষই ।
- ডেমৰ বাঁওফালে হোৱা ভূমিস্খলন ৰ বাবেই এই সিদ্ধান্ত কৰ্তৃপক্ষৰ।
- ৫/৬ দিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ বাবেই হয় এই ভূমিস্খলন ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in