/asomiyapratidin/media/media_files/2026/01/11/615-2026-01-11-17-44-31.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলঙত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বৰজান পৰিষদীয় সমষ্টি কুলিগাঁওত অনুষ্ঠিত বিনামূলীয়া মাটি পট্টা বিতৰণ কৰে ড° তুলিৰাম ৰংহাঙে। লগত উপস্থিত থাকে সাংসদ অমৰ চিং টিচ্চ লগতে বিধায়ক ইএম এমএচি আৰু বিভিন্ন বিভাগৰ ব'ৰ্ডৰ অধ্যক্ষসকল।
সভাত ড° তুলিৰাম ৰংহাংঙে কয় য়ে সকলো সমস্যা আলাপ আলোচনা মাজেৰে সমাধানৰ পথ মুকলি কৰিব ৷ আগন্তুক দিনত সৰ্বদিশত উন্নয়নমূখী আঁচনি গ্ৰহণ আশ্বাস দিয়ে তুলিৰাম ৰংহাংঙে ৷ সভাত উপস্থিত সাংসদ অমৰ চিং টিচ্য়ে কয় তিনিখন পাহাৰীয়া জিলা আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহৰ ৰুপায়নৰ আশ্বাস দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us