তামাৰহাট আৰক্ষী থানাৰ অ'চি কপিল বৰাক জে'ললৈ প্রেৰণ

ধুবুৰীৰ তামাৰহাট আৰক্ষী থানাৰ অ'চি কপিল বৰাক জে'ললৈ প্রেৰণ। হত্যাৰ গোচৰত নিশা গ্ৰেপ্তাৰ কৰিছিল অ'চি কপিল বৰাক। নাটকীয়ভাৱে নিশাই কপিল বৰাক প্ৰেৰণ কৰিলে জে'ললৈ।

author-image
Asomiya Pratidin
New Update
gretyjyuwdwsdw
  • ধুবুৰীৰ তামাৰহাট আৰক্ষী থানাৰ অ'চি কপিল বৰাক জে'ললৈ প্রেৰণ
  • হত্যাৰ গোচৰত নিশা গ্ৰেপ্তাৰ কৰিছিল অ'চি কপিল বৰাক
  • নাটকীয়ভাৱে নিশাই কপিল বৰাক প্ৰেৰণ কৰিলে জে'ললৈ
  • কিছুদিন পূৰ্বে কপিল বৰাৰ বিৰুদ্ধে এজন যুৱকক প্ৰহাৰৰ অভিযোগ উঠিছিল 
  • কপিল বৰাৰ প্ৰহাৰত মৃত্যু হৈছিল মনোহৰি ৰায় নামৰ যুৱক এজনৰ
  • মনোহৰিৰ মৃত্যুৰ পিছতে বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোক
  • দল সংগঠনৰ লোকেও আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ
  • পৰিয়ালৰ এজাহাৰ পিছতে কপিল বৰাক ৰিজাৰ্ভ ক্ল'জ কৰিছিল আৰক্ষী অধীক্ষকে

তামাৰহাট